ৰেল ইঞ্জিনৰ আৱিস্কাৰক কোন? তেওঁ ক’ৰ মানুহ আছিল আৰু ৰেল ইঞ্জিন কেতিয়া আৱিস্কাৰ কৰিছিল?

উঃ ৰিচাৰ্ড ট্ৰিৱিথিক। তেওঁইংলেণ্ডৰ মানুহ আছিল আৰু ১৮০৪ চনত ৰেল ইঞ্জিন আৱিস্কাৰ কৰিছিল।