মণিপুৰত মুঠ কেইটা জনগোষ্ঠীৰ লোকে বাস কৰে ?

উত্তৰঃ মণিপুৰত মুঠ ২৯ জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে ।