কোন চনৰ পৰা ভাৰত দুখন ৰাষ্ট্ৰত বিভক্ত হয় ?

১৯৪৭ চনৰ ১৪ আগষ্টৰ পৰা পাকিস্তান আৰু ১৫ আগষ্টৰ পৰা ভাৰত নামৰ দুখন ৰাষ্ট্ৰত বিভক্ত হয় ।