কোনো নিৰ্দিষ্ট মাধ্যমত কোন ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু কোন বৰ্ণৰ পোহৰৰ বেগ আটাইতকৈ কম? Posted on 24/07/202224/07/2022 by Puspa Kakati উঃ ৰঙা ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু বেঙুনীয়া ৰঙৰ পোহৰৰ বেগ আটাইতকৈ কম। Post Views: 70