মিটিম নিঅ’ উৎসৱত কাক স্মৰণ কৰা হয় ?

উত্তৰঃ এই উৎসৱত য়ুম ছাংগাৰ সম্প্ৰদায়ৰ লোকসকলৰ পূৰ্ব-পুৰুষক স্মৰণ কৰা হয় ।