সৰাহ বা চেপেনা কিমান ধৰণৰ হয় ?

উত্তৰঃ সৰাহ বা চেপেনা বিভিন্ন ধৰণৰ হ’ব পাৰে । তাৰ ভিতৰত লেপ-আগজোঙা চেপেনা, কাকোন-অকণমানি চেপেনা আদি ।