কাৰ্বি শব্দটোৰ উৎপত্তি কিদৰে হৈছে ?

উত্তৰঃ কাৰ্বি শব্দটোৰ উৎপত্তি ‘মে আকাৰ কিবি’ৰ পৰা হৈছে বুলি বহুতে ক’ব খোজে। ইয়াৰ অৰ্থ হৈছে জুইৰ শিখা ৰখা। কিছুমান পণ্ডিতৰ মতে আকৌ থেকাৰ কিবিৰ পৰা কাৰ্বি শব্দৰ উৎপত্তি হৈছে ।