কাৰ্বিসকলে বাখৰৰ দেৱতা হিচাপে কাক পূজা কৰে ?

উত্তৰঃ কাৰ্বিসকলে বাখৰৰ দেৱতা হিচাপে থাপ কেপ্লাঙক পূজা কৰে ।