আহোমৰ দিনত প্ৰচলন থকা কেইবধমান নৃত্য় কি ?

উত্তৰঃ ৰজাঘৰীয়া ছালি নাচ, ৰজাঘৰীয়া ৰামদামী, ৰজাঘৰীয়া বাজনা আদি ।