ঝুমুৰা নৃত্য়ৰ প্ৰচলন থকা কেইখনমান সত্ৰ কি ?

উত্তৰঃ কমলাবাৰী, জৰাবাৰী, বেলগুৰী আদি সত্ৰত ঝুমুৰা নৃত্য়ৰ প্ৰচলন আছে ।