ভোৰতাল নৃত্য় কিদৰে কৰে ?

উত্তৰঃ সত্ৰীয়া সংস্কৃতিৰ সৈতে জড়িত ভোৰতাল নৃত্য়ত অংশগ্ৰহণ কৰাসকলে থিয় হৈ সত্ৰীয়া নৃত্য়ৰ বিভিন্ন মুদ্ৰা ভোৰতাল বজাই পৰিৱেশন কৰে ।