গায়ন গাওতে খোল বা মৃদংগৰ লগত কি তাল বজোৱা হয় ?

উত্তৰঃ গায়ন গাওতে খোল বা মৃদংগৰ লগত পাতিতাল বজোৱা হয় ।