নালন্দা বিশ্ববিদ্যালয়ে কেতিয়া প্ৰসিদ্ধ লাভ কৰে?

হৰ্ষবৰ্দ্ধনৰ দিনত নালন্দা বিশ্ববিদ্যালয়ে প্ৰসিদ্ধ লাভ কৰে।