দ্ৰৌপদীক পত্নীস্বৰুপে কোনে কেনেকৈ লাভ কৰিছিল?

উত্তৰঃ গাণ্ডীৱধাৰী বীৰ অৰ্জুনে দ্ৰুপদৰ ৰাজসভাত মৎস্য়ভেদ কৰি দ্ৰৌপদীক পত্নীস্বৰূপে লাভ কৰিছিল।