অম্বুবাচী তিথিৰ লোকাচাৰ কি ?

উত্তৰঃ অম্বুবাচীৰ সময়ত বসুমতী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় আৰু এই সময়ছোৱাত মানুহে গছ-গছনি গুটি বা শাক-পাচলি আদি নিছিঙে আৰি হাল আদি নাবায় ।