সপ্ত ঋষিৰ নাম কি কি ?

সপ্ত ঋষিৰ নাম হল বশিষ্ঠ, অত্ৰি, অংগিৰা, মৰীচি, পুলহ, পুলস্ত্য আৰু ক্ৰতু ।