ডিমাছাসকলৰ কেইবিধমান গীত কি ?

উত্তৰঃ ডিমাছাসকলৰ কেইবিধমান গীত হৈছে ক্ৰমে হাৰিফা গীত, ডিশ্ৰু গীত, স্নেমডুৰী গীত আমালুঃ, জহায়া গীত আদি ।