খেৰাই নৃত্য়ৰ আৰম্ভণিতে ইষ্ট দেৱতাক সন্তুষ্ট কৰিবলৈ কৰা বন্দনাক কি বুলি কোৱা হয় ?

উত্তৰঃ ডেমগ্নাই বুলি কোৱা হয় ।