চিংফৌসকলৰ প্ৰধান উৎসৱ কি ?

উত্তৰঃ চিংফৌসকলৰ প্ৰধান উৎসৱ হৈছে শ্বপৌং য়ৌ উৎসৱ।