চাৰিন্দা বা চেৰ্জা কি ?

উত্তৰঃ চাৰিন্দা হৈছে ৰেপনিৰ সহায়ত বজোৱা একপ্ৰকাৰৰ বাদ্য়। এই বাদ্য়ৰ মাজঅংশ চৰায়ে পাখি মেলি থকাৰ দৰে দেখি ।