স্বাধীন ভাৰতৰ সংবিধান কেতিয়া প্ৰৱৰ্তন কৰা হয় ?

স্ৱাধীন ভাৰতৰ সংবিধান খন ১৯৫০ চনৰ ২৬ জানুৱাৰী ইং তাৰিখে প্ৰৱৰ্তন কৰা হয় ।