বিশ্বকাপ ফুটবল কেইবছৰ মূৰত অনুষ্ঠিত হয় আৰু প্ৰথমখন বিশ্বকাপ কোন ঠাইত হৈছিল ?

চাৰি বছৰৰ মূৰত আৰু প্ৰথমখন বিশ্বকাপ উৰুগুৱেত ১৯৩০ চনত হৈছিল ।