অসমীয়া সমাজত তিনিটা গুৰুত্বপূৰ্ণ তিথিত আমিষ আহাৰ খোৱা নিষধ।তুমি এইকেইটাৰ নাম ক’ব পাৰিবানে?

উত্তৰঃ তিথিকেইটা ‘হৈছে অমাৱস্যা, একাদশী আৰু পূৰ্ণিমা।