অসমত বৈষ্ণৱ হিন্দুসকলে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জন্ম আৰু মূত্যু তিথি কিদৰে পালন কৰে?

উত্তৰঃ নামঘৰত নাম, ভাওনা ইত্যাদি পৰিৱেশন কৰি।