মণিপুৰী ভাষা ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ ভাৰতৰ অন্যতম মূখ্য ভাষা হিচাপে কেতিয়া অন্তৰ্ভূক্ত হয়?

(ক) ২৫ আগষ্ট, ১৯৯০ (খ) ২০ আগষ্ট, ১৯৯২

(গ) ২০ জুন, ১৯৯২ (ঘ) ১৪ মাৰ্চ, ১৯৯০

উত্তৰঃ ২০ আগষ্ট, ১৯৯২।