জুবিন গাৰ্গৰ গীত প্ৰীতিৰে জৰী

প্ৰীতিৰে জৰী

হাততে আজি

বান্ধিলো তোমাক

অ’ মোৰ লগৰী

উতলা মোৰো মৰমে বেৰি

ৰাখুব তোমাক অ’ মোৰ মৰমী

নোৱাৰো নোৱাৰো যাব কাহানিও

মোকে এৰি আঁতৰি

প্ৰীতিৰে…

অ’ মোৰ…

উৰণীয়া আঁচলৰ এটি মিঠা পৰশে

মৰমৰে সকালো জাৰি জোকাৰি দি দিয়ে

অলীয়া বলীয়া জীয়া জীয়া মোৰ সপোন

তোমাৰে দুবাহুৰে মাজতে ওমলি ফুৰে

অনিৰাগে বৰষা নমালে আজি

সেই সপোন সপোেন…

অ’ নোৱাৰো নোৱাৰো যাব কাহানিও

মোকে এৰি আঁতৰ।

প্ৰীতিৰে…

তেজ মূৰে তেজ কাটো

আছা তুমি উটি-ভাহি

জুৰ তুমি সুখী জুৰ সজালা আহি তুমি

সুৰৰে হাঁহি

ভালপোৱাৰে মাজতে

কিনো পালোঁ কিনো ল’লোঁ

নাজানো নাজানো…

তোনাকে হিয়াত ল’লোঁ

তুমি বিনে আজি পল…

কথা ভাবিব নোৱাৰোঁ

ভালপোৱাৰ…

নাজানো…

অ’ নোৱাৰো নোৱাৰো।

কাহনিও প্ৰীতিৰে…।