জুবিন গাৰ্গৰ গীত I LOVE YOU বুলি…

I LOVE YOU বুলি ক’লো মই

তুমি চাগে নুশুনিলা

কঠিন শিলৰে হৃদয়

তোমাৰ সঁচাকে জানা

I Need You বুলি ক’লো মই

তুমি চাগে নুবুজিল।

বলিয়া যৌৱনৰ চাকি

নুমাল হঠাতে জানা

তিনি আনিতে লগ পোৱা

দুটি মিঠা কথা

কাজল কাজল কাজল

চকুতে সপোন দেখা

চাইকেলত টিউচন যোৱা

পিছে পিছে মই যোৱা

বেঁকাকৈ তুমি চোৱা

তোমালৈ মই চোৱা

তুমি চাগে পাহৰিলৈ

বুকুতে যে নৰ’লা

তুমি চাগে নুবুজিলা

বুকুতে যে নথ;লা

বুকু আজি উদাস উদাস

উদাস উদাস নৈ

কলেজককে কেণ্টিনত

গজা আৰু চাহ খোৱা

সকলোৱে জোকোৱা

আছিল জানো মিছা

ৰাতি ৰাতি অকলে

তোমাৰ ফটো চোৱা

বুকুতে সপোন গুঠা

আজি দেখো মিছা।