টেষ্ট ক্ৰিকেটত ত্ৰি শতৰান কৰা প্ৰথমজন ভাৰতীয় খেলুৱৈ কোন ?

বীৰেন্দ্ৰ সেৱাগ (২০০৪চনত পাকিস্তান বিপক্ষে মুলতান টেষ্টত ৩০৯ ৰান আৰু ২০০৮ চনত চেন্নাই দক্ষিন আফ্ৰিকাৰ বিপক্ষে ৩১৯ ৰান কৰে) ।