পৰম্পৰাগত ব্যাকৰণ মানে কি ?

উত্তৰ = ভাষাৰ বিজ্ঞানসন্মত অধ্যনৰ প্ৰাক কালত যি ব্যাকৰণ ৰচনা কৰা হৈছিল সেই বোৰক পৰম্পৰাগত প্ৰথাগত ব্যাকৰণ ৰূপে অভিহিত কৰা হৈছে ।