তাত্ত্বিক ব্যাকৰণ কি ?

উত্তৰ = বিশেষৰ পৰা সাধাৰণীকৰণৰ দৃষ্টিভঈীৰে ৰচিত ব্যাকৰণক তাত্ত্বিক ব্যাকৰণ আখ্যা দিয়া হৈছে ।