জুবিন গাৰ্গৰ গীত আজি তুমি নহ’লে

আজি তুমি নহ’লে কমোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা

গোলপীয়া ওঁঠৰে মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা

এতিয়াও মই দুৰণিৰে সময় হ’লে পাবা নিবিড়ে

আজি তুমি

আছিলো অকলে সপোন নিবিড়ে

অচিনাকি নিশাতে

বুকুৰে উমকে সাঁচিলো তোমালে’

বহু বহু যুগৰে।

আজি মন কোমল নেঘৰ দৰে

নিগৰে অশ্ৰু আৱেগৰে

আজি তুমি

কোনোবা জনমৰ পাহৰা মৰমে

আহিলে ওচৰলে’

বুকুৰে আমঠু ৰঙালে ৰঙেৰে

মৰমী চাৱনিৰে

আজীৱন তোমাৰ ময়েই অনল

জ্বলি ৰ’ম তোমাৰেই বুূকুৰে হৈ

আজি তুমি্…।