জুবিন গাৰ্গৰ গীত বকুল ফুলৰ দৰে

বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে ।

 বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে ।

 এন্ধাৰে এন্ধাৰে … 

এন্ধাৰে এন্ধাৰে … 

বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে 

বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে 

বকুল ফুলৰ দৰে জোনাকৰ পখী উৰে । 

নীলিমাৰ আঁচলতে টোপে টোপে . 

নীলিমাৰ আঁচলতে টোপে টোপে 

চকু পানী সৰে

 নীলিমাৰ আঁচলতে টোপে টোপে

 নীলিমাৰ আঁচলতে টোপে টোপে 

চকু পানী সৰে

 বকুল ফুলৰ দৰে মনৰ নিজানত

 বকুল ফুলৰ দৰে মনৰ নিজানত 

অকলশৰে অকলশৰে । 

বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে

 আকাশৰ সিপাৰে ৰৈ আছে । 

আকাশৰ সিপাৰে ৰৈ আছে । 

মােৰ আকাশ নীৰৱে

 আকাশৰ সিপাৰে ৰৈ আছে

 আকাশৰ সিপাৰে ৰৈ আছে

 মােৰ আকাশ নীৰৱে

 বকুল ফুলৰ দৰে মনৰ নিজানত

 বকুল ফুলৰ দৰে মনৰ নিজানত

 অকলশৰে অকলশৰে 

বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে 

বকুল ফুলৰ দৰে …।।