জুবিন গাৰ্গৰ গীত উন্মনা মনে মাথোঁ

উন্মনা মনে মাথোঁ

বিচাৰি ফুৰে

দিশে দিশে আজি তোমাকে

ধুমুহাৰ মাজতো

অ’…. মন ভঙা

ৰাতিবোৰ সাৱটি থাকি

কতদিন তুমি থাকিবা

দুখৰে জুই জ্বলি

গোপনে নীৰৱে অকলে

এতিয়া এন্ধাৰ নিশায়ে

আগছে মোৰ জাৱনক

এতিয়া মনত নিশাৰ

আঁউসীৰ ভৰা প্লৱন

নোৱাৰো আঁকিব সপোনৰ ছবি

নোৱাৰো আঁকিব গানৰ ছবি

এতিয়া মাথোঁ তুমিয়েই জীৱন

উন্মনা…

সময়ে দুবাহু মেলি

দিয়েহি গোৰনে ব্য়থা

জীৱনে শুনালে বহু

পোৱা নোপোৱাৰ কথা

ভাগৰুৱা কলিজা

ভাগৰুৱা দেহা

ভাগৰুৱা মন মোৰ

ভাগৰুৱা আশা

এতিয়া মাথোঁ তুমিয়েই জীৱন

উন্মনা…।।