জুবিন গাৰ্গৰ গীত চকৰীৰ চেনেহ

চকৰীৰ চেনেহ

মিঠা মিঠা মিঠা মিঠা

তোমালৈ সপোন যেন

নেৰাই কঠালৰ এঠা…

পিৰিটিতে ৰিংৰাঙ ৰিংৰাঙ

কৰে দেহা মন

ভাৱনাতে তিংতা তিংতা

বাজে কাঢ়িখন

পিছে কথা ওলোতাটো ভৰ যৌৱনৰ…

নেমুটেঙা চেপিছা চকুত

চেঙেচি টেঙা ৰুইছা বুকুত।।

টেঙা মাথোঁ টেঙা দিছা প্ৰেমৰ নামত

প্ৰেমৰ নামত… প্ৰেমৰ নামত…

চকৰাৰ চেনেহ

মিঠা মিঠা মিঠা মিঠা

তোমালৈ সপোন যেন

নেৰাই কঠালৰ এঠা…

আগবঢ়াই আহোঁ গণেশগুৰিত

পিছদিলাই যোৱা আনৰ গাড়ীত

মই সুধিলেই তোমাৰ সময় নাই ঘড়ীত

সিজনৰ সতে মজা মাৰা কফিত

পিৰিটিতে ৰিংৰাঙ ৰিংৰাঙ

কৰে দেহা মন

ভাৱনাতে তিংতা তিংতা

বাজে কাঢ়িখন

পিছে কথা ওলোটাটো জানিছোঁৱে সোণ

কি কৰিছা মোৰ সপোন ভৰ যৌৱনৰ…

নেমুটেঙা চেপিচা চকুত

টেঙেটি টেঙা ৰুইচা বুকুত।।

আসফুলিয়াকৈ কপৌ থোপাত

দিলোঁ জানো চাৱৈ কোপাত নমাই

তুমি ল’লা গুজিম বুলি নগুজিলা…

কাৰ জানো গোলাপৰে খোপা ৰঙলা

পিৰিচিতে ৰিংৰা ৰিংৰা

কৰে দেহা মন

ভাৱনাতে তিংতা তিংতা

বাজে কাঁহীখন

পিছে কতা ওলোটাটো জানিছোঁৱৈ সোণ

কি কৰিছা মোৰ সপোন ভৰ যৌৱনৰ..

নেমুটেঙা চ্পিছা চকুত

টেঙেচি টেঙা ৰুইচা বুকুত।।