বচন কি ?

উত্তৰ = ভাষা বিশেষত বিভিন্ন পদে বুজোৱা সংখ্যা বা পৰিমাণক বচন বোলে ।