বিভক্তি মানে কি ?

উত্তৰ ঃ.বিভক্তিবোৰ বহল অৰ্থত যুক্তৰূপ বা সৰ্গ । বিভক্তিবোৰ মুক্ত ৰূপ (ধাতু বা নাম শব্দ) ৰ পাছত প্ৰত্যয়ৰ দৰে লাগে । বিভক্তিবোৰ কিন্তু মুক্ত ৰূপৰ আগত লগ নালাগে ।