ধ্বনি তত্ত্বৰ বিজ্ঞান আলোচ্য বিষয় কি ?

উত্তৰ ঃ ভাষাৰ মূল হৈছে ধ্বনি ।এই ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰীয় সমূহ, উচ্চাৰণ বিবিধ কৌশল, উচ্চাৰণ স্থান,ধ্বনিৰ শ্ৰেণীবিভাজন আদিৰ বশদ আলোচনাই ধ্বনিবিজ্ঞানৰ আলোচ্য বিষয় ।