সুৰ লহৰ মানে কি ?

উত্তৰ ঃ সুৰ ভাষাৰ এবিধ লয় ।শ্বাসাঘাতৰ দৰে সুৰৰ প্ৰয়োগো বাক্য ,শব্দ বা অক্ষৰৰ স্তৰত ভিন ভিন হ’ব পাৰে ।অসমীয়া ভাশাত বাক্যৰ সু সমষ্টি অৰ্থাৎ সুৰ লহৰ বিশেষভাৱে লক্ষ্য কৰিবলগীয়া । সুৰ লহৰ সলাই বাক্যৰ অৰ্থও সলাব পাৰি ।