ৰূপতত্ত্বৰ আলোচ্য বিষয় কি ?

উত্তৰ ঃ ৰূপ বা প্ৰকৃতিৰ লগত প্ৰত্যয় বিভক্তি আদি যোগ কৰি শব্দ গঠনৰ প্ৰক্ৰিয়া নাম শব্দ ,ধাতু আদিৰ সৈতে যোগ হোৱা প্ৰত্য়য় ,বিভক্তি আদিৰ শব্দ বিভন্ন ৰূপ-বচন ,লিংগ , পুৰুষ আদিৰ বিষয়ে ভাষা বিজ্ঞানৰ ৰূপতত্ত্বত আলোচনা কৰা হয় ।