বাক্যতত্ত্ব মানে কি ?

উত্তৰ ঃ শব্দৰ শৃংখলাবদ্ধ সাজোনেৰে ভাষাৰ সাজোনেৰে ভাষাৰ অৰ্থবহ সৰ্ববৃহৎ গোট অৰ্থৎ বাক্য নিৰ্মাণৰ প্ৰক্ৰিয়াক বাক্যতত্ত্ব বোলা হয় ।