Class 12 Advance Assamese Chapter 1 Question Paper (Part-2)

বুৰঞ্জীৰ দৌৰাত্ম্য

H.S. পৰীক্ষাত অহা প্রশ্ন

(ক) অতি চমু প্রশ্নঃ                                    মূল্যাংক : ১

১। ‘নিবোকা চামোনশব্দৰ অৰ্থ কি?[HS ‘07, ‘09, ‘11]

২। কদমকলিকবিতা পুথিখন কোনে ৰচনা কৰিছিল ? [HS ‘08]

৩। ‘ন্যায় দৰ্শনৰ প্ৰণেতা কোন? [HS ‘08, ‘17]

৪। ‘বুৰঞ্জীকোন ভাষাৰ পৰা অহা শব্দ ? [HS ‘09, 13, 15]

৫। লেমটোশব্দৰ অৰ্থ কি? [HS ‘10, ‘12]

৬। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ।[HS ‘12]

৭। বৈদিক সাহিত্যৰ অন্তিম ভাগৰ নাম কি? [HS’14]

৮। লেমটৌকি? [HS ‘16]

৯। ‘বুৰঞ্জীশব্দৰ অৰ্থ কি? [HS’16]

(খ) চমু প্রশ্ন :                                 মূল্যাংক : ২/৩/৪

১। চমু টোকা লিখা :

চৌষষ্ঠি কলা, বুৰঞ্জী। [HS ‘07, ‘13]

ভৱিষ্য পুৰাণ । [HS ‘08]

ষড়দর্শন [HS ‘07, ‘09, ‘11]

জ্যোতির্বিদ্যা [HS ‘09]

বেদ [HS ‘10, ‘13, 15, 17, 18]

কাশীনাথ ফুকন [HS ‘11]

হৰকান্ত সদামিন [HS ‘12,’16]

ন্যায় [HS ‘14]

আয়ুর্বেদ [HS ‘14]

কল্পতৰু [HS ‘13,’16]

২।‘পুৰাণকাক বোলে? ‘পুৰাণ’ৰ কি কি পাঁচোটা লক্ষণ আছে লিখা। [HS ‘09]

৩। ‘আয়ুর্বেদ’ কি বিষয়ক শাস্ত্ৰ ? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখাঁ। [HS 10, 12]

৪। ‘অসমীয়া বুৰঞ্জী নিশ্চয় আহোমসকলৰ দান।‘— আলোচনা কৰা । [HS’13,’18]

(গ) ৰচনাধৰ্মী প্রশ্নঃ                                             মূল্যাংক : ৫

১। প্রাচীন ভাৰতীয় ঋষি-মুনি পণ্ডিতসকলে কেনে ধৰণৰ গ্ৰন্থ লিখি থৈ গৈছে, বুৰঞ্জীৰ দৌৰাত্ম্যপাঠৰ আধাৰত আলোচনা কৰা । [HS ‘08]

২।“মুঠতে কওঁ, আগৰকলীয়া জ্ঞানীসকলে আমাক যিহকে লাগে তাকে দি গৈছিল” — ‘বুৰঞ্জীৰ দৌৰাত্ম্যপাঠৰ আধাৰত কথাষাৰ বিশ্লেষণ কৰা। [HS ‘10]

৩। সাধাৰণতঃ পুৰাণৰ লক্ষণ পাঁচোটা। শ্ৰীমদ্ভাগৱত পুৰাণৰ লক্ষণ দহোটা।সাধাৰণতে পোৱা পুৰাণৰ পাঁচোটা লক্ষণ কি কি? শ্ৰীমদ্ভাগৱত পুৰাণত পুৰাণৰ কি কি দহোটা লক্ষণৰ উল্লেখ আছে? [HS ‘11]

৪। বুৰঞ্জীশব্দৰ অৰ্থ কি? বেজবৰুৱাই অসমীয়া বুৰঞ্জী কাৰ দান বুলি কৈছে? বুৰঞ্জী লেখিবলৈ গৈ অনেকে অজ্ঞাতসাৰে অসত্য কথাটো লিপিবদ্ধ কৰাৰ কাৰণ কি ? —- “বুৰঞ্জীৰ দৌৰাত্ম্যপাঠটিৰ আধাৰত চমুকৈ লিখা।[HS’12]

৫। অসমীয়া সাহিত্যলৈ বুৰঞ্জী কোন জনগোষ্ঠীৰ দান ? বুৰঞ্জী লেখিবলৈ গৈ বহুতে কিদৰে ভুল কৰে? ‘বুৰঞ্জীৰ দৌৰাত্ম্যনামৰ পাঠটিৰ আধাৰত আলোচনা কৰা। [HS’17]

৬। “ বুৰঞ্জীৰ দৌৰাত্ম্যনামৰ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা ।[HS’15]

৭। অতীতত ভাৰতবৰ্ষৰ আর্য ঋষি মুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ ভাষাত লিখা । [HS ‘16]

Type: Himashree Bora.