Class 12 Advance Assamese Chapter 2 Question Paper (Part-5)

উপন্যাস

H.S. পৰীক্ষাত অহা প্ৰশ্ন

(ক) চমু প্রশ্ন:                                                                      মূল্যাংক: 2/3/8

১। চমু টোকা লিখা:

(ক) ঐতিহাসিক উপন্যাস।[HS ‘99, ‘01, ‘09]

(খ) উপন্যাসৰ কাহিনী। [HS 2000, ‘05]

(গ) উপন্যাসৰ চৰিত্ৰ ।[HS ‘02, ‘04, ‘17,’18]

(ঘ) সামাজিক উপন্যাস ।[HS ‘03, ‘10]

(ঙ) ঔপন্যাসিকৰ জীৱন দৰ্শন।[HS ‘06, ‘12]

(চ) আত্মজীৱনীমূলক উপন্যাস ।[HS ‘08]

(ছ) উপন্যাসৰ সংলাপ। [HS ‘09,’15,’16]

(জ) উপন্যাসৰ প্লট বা ঘটনা। [HS ‘11]

(ঝ) ডিটেক্‌টিভ উপন্যাস। [HS ‘11]

(ঞ) বিষয়বস্তু অনুসৰি উপন্যাসৰ শ্ৰেণী বিভাগ। [HS. 13]

(ট) বুৰঞ্জীমূলক উপন্যাস।[HS.’18]

২। বুৰঞ্জীমূলক উপন্যাস বুলিলে কি বুজা? [HS 07, 12]

৩। উপন্যাস কাক বোলে ? ইয়াৰ প্ৰধান উপাদানসমূহ কি কি ? সেই উপাদানবোৰৰ যিকোনো এটাৰ পৰিচয় দাঙি ধৰা ।[HS ‘99,’08, ‘13]

(খ) ৰচনাধর্মী প্রশ্ন:                                                                    মূল্যাংক: ৫

১। কি কি মূল উপাদানৰ ওপৰত ভিত্তি কৰি এখন উপন্যাস ৰচনা কৰা হয়? সেই উপাদানসমূহৰ চমু বিৱৰণ দিয়া ।[HS 2000]

২। উপন্যাসৰ সংজ্ঞা এটা দিয়া। বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণত উপন্যাসে কেনেকৈ গঢ় লৈ উঠে তাৰ চমু বিৱৰণ এটি দিয়া। [HS ‘01]

৩। উপন্যাস কাক বেলে ? উপন্যাসৰ উৎপত্তি সম্পর্কে এটি চমু বিৱৰণ দিয়া । [HS ‘02, ‘04]

৪। উপন্যাসৰ এটা সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান উপাদান- কেইটাৰ বিষয়ে চমুকৈ লিখা । [HS ‘03, ‘05, ‘06, ‘10, ‘11]