চন্দ্ৰৰ ওপৰভাগ সমতলনে ?

নহয় । চন্দ্ৰৰ ওপৰভাগ ওখ-চাপৰ সৰু ডাঙৰ পৰ্বত পাহাৰ আৰু বালিময় গাঁতেৰে ভৰপূৰ ।