সৰু সৰু চৰাই লোহাৰ গুটি খায়,সাতোখন পাহাৰত যুঁজিবলৈ যায় ?

উত্তৰঃ বন্দুক