অগা-পিচা সাতোটা ফুটা,কুমলীয়া বাঁহৰ চুঙা,সুললিত সুৰেৰে বিনোৱা শুনো,কলীয়া কৃষ্ণক মনতে গুণু ?

উত্তৰঃ বাঁহী