সৰ্বপ্ৰথম কোন কেতিয়া চন্দ্ৰত অৱতৰন কৰিছিল ?

১৯৬৯ চনৰ ২০ জুলাইত ভাৰতীয় সময় মতে পুৱা ৮বাজি ২৬ মিনিটত আমেৰিকাত নীল আমষ্ট্ৰ প্ৰথম চন্দ্ৰৰ বুকুত ভৰি দিয়ে । তেওঁ ২ঘন্টা ৩মিনিট সময় চন্দ্ৰত কটায় ।