মুক্ত বেগ কি ?

যি বেগত গলে পৃথিৱীৰ মধ্যাকৰ্ষন শক্তিৰ আকৰ্ষন এৰাই যাব পাৰি তাকেই মুক্ত বেগ বা এছকেপ ভোলোচিটি বোলা হয় । মুক্ত বেগৰ মান ঘন্টাত ২৫০০০মাইল ।