মালিক কাফুৰ কোন ?

মালিক কাফুৰ আলাউদ্দিন খিলাজীৰ দাক্ষিণাত্য় বিজয় অভিযানৰ প্ৰধান সেনাপতি আছিল ।