কেটেৰেক্ট কি বেমাৰ ?

চকুৰ সন্মুখত থকা স্বচ্ছ প্ৰত্যুংগ বা লেনছখন ডাৱৰীয়া ৰাখি স্পষ্টভাৱে দেখাত বাধাৰ সৃষ্টি কৰা ।