বাদুলিয়ে ৰাতি আন্ধাৰৰ মাজতো সঠিক দিশেৰে উৰি যাব পাৰে কিয় ?

বাদুলিয়ে উৰিলে আল্ট্ৰাছনিক তৰংগ শব্দ উপন্ন হয় । এই শব্দই সন্মুখত থকা বাধাৰ প্ৰতিধ্বনি তোলে । তেতিয়া ই সেই বাধা এৰি আগুৱাই যাব পাৰে ।